1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 29, 2024, 9:22 am

কণ্ঠশিল্পী জুবলী বৰুৱা অসুস্থ, হেলথ চিটি হাস্পতালত চিকিৎসাধীন জুবলী

  • Update Time : Wednesday, June 1, 2022

ডিজিটেল ডেস্কঃ সাংস্কৃতিক জগতখনলৈ এটাৰ পিছত আনটো বেয়াখবৰ ৷ কেকে মৃত্যুক শোকস্তব্ধ সমগ্ৰ দেশ৷ তাৰমাজতেই হঠাতেই অসুস্থ হৈ পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা৷ গুৱাহাটীস্থিত হেলথ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছে জুবলী৷ পোষ্ট কভিড সমস্যাৰ বাবে বিগত ৫দিনে চিকিৎসালয়ত ভৰ্তি হৈ আছে কণ্ঠশিল্পী জুবলী বৰুৱা৷

শেহতীয়াভাৱে বিহুৰ অনুষ্ঠান পৰিবেশনো কৰিছে জুবলীয়ে৷ জুবিন গাৰ্গৰ সৈতে পুনৰবাৰ বহুকেইখন বিহু মঞ্চত একেলগে গীত পৰিবেশন কৰিছে জুবলীয়ে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme