কাৰেণ্ট ট্ৰেণ্ড অসম নিউজ ডেস্ক, গুৱাহাটী-৪ অক্টোবৰ, ২০২৫ঃ জুবিন বিহীন পৃথিৱীখন কল্পনাৰো অগোচৰ আছিল৷ কিন্তু এতিয়া জুবিন বিহীন উদাস পৃথিৱীখনৰ বাসিন্দা হ’ব লগাত পৰিছে প্ৰতিজন অসমীয়া৷ অসমে কেৱল জুবিনকেই হেৰুৱা নাই, হেৰুৱাইছে নিজৰ পৰিচয়, প্ৰজন্মই হেৰুৱাইছে নিজৰ কণ্ঠক৷ শোকত ম্ৰিয়মান অসমবাসীয়ে বিচাৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত, বিচাৰিছে ন্যায়৷ এনে পৰিস্থিতিত SIT-য়েও ক্ষীপ্ৰতাৰে তদন্ত
read more