বিশ্বৰ এক তৃতীয়াংশ লোক হৃদৰোগত মৃত্যুমুখত পৰিছে। হৃদয় আমাৰ শৰীৰৰ কেন্দ্ৰ, যেতিয়ালৈকে ই ধপধপাই আছে, আমি জীয়াই আছো। সাধাৰণতে বয়স বৃদ্ধিৰ লগে লগে হৃদৰোগ আহে যদিও যোৱা কেইবছৰমানৰ পৰা যুৱক-যুৱতীসকলৰ মাজত বিশেষকৈ ৩০-৪০ বছৰ বয়সৰ লোকৰ মাজত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাইছে। হাৰ্ট এটেক, ষ্ট্ৰোক, উচ্চ ৰক্তচাপ, হাৰ্ট ফেইলাৰ আদি মাৰাত্মক অৱস্থা সাধাৰণ হৈ পৰিছে। ইয়াৰ
read more