1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 9:41 am

জন্মদিনৰ দুদিনৰ পাছতে জুবিনলৈ আহিল এটা ভাল খবৰ…

  • Update Time : Sunday, November 20, 2022
  • জন্মদিনৰ দুদিনৰ পাছতে জুবিনলৈ আহিল এটা ভাল খবৰ।
  •  জুবিন গাৰ্গলৈ আগবঢ়োৱা হৈছে চুকাফা সাংস্কৃতিক সমন্বয় বঁটা।
  • অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰথমবাৰৰ বাবে প্ৰদান কৰিবলৈ লৈছে এই বটাঁ।
  • উল্লেখ্য যে, এ জে ৱাই চি পিয়ে প্ৰতিবছৰে ২ ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় ভাৱে চুকাফা দিৱস উদযাপন কৰি আহিছে।
  • অহা ২ ডিচেম্বৰত চৰাইদেউ জিলাৰ সোণাৰিত অনুষ্ঠিত হ’বলগীয়া চুকাফা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত শিল্পী জুবিন গাৰ্গলৈ এই বঁটা আগবঢ়োৱা হব।
  • এই বঁটাৰ লগত আছে মান পত্ৰ, স্মাৰক আৰু ১ লাখ টকা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme