1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 6:55 pm

আচৰিত এটা দিনৰ বাবে সাজু হওঁকঃ ১৮আগষ্টত আপোনাৰ ছাঁটোৱেও এৰিব আপোনাৰ সংগ…

  • Update Time : Thursday, July 6, 2023

ডিজিটেল ডেস্কঃ এটা বিৰল তথা ঐতিহাসিক দিনৰ সাক্ষী হ’বলৈ গৈ আছে বিশ্ববাসী।  আপুনিও সাজু হওক এই বিৰল তথা আচৰিত দিনটোৰ বাবে। কেতিয়াও আপোনাৰ সংগ নেৰা আপোনাৰ নিজৰ ছাঁ টোৱেও সংগ এৰিব এই বিশেষ দিনটোত।  ১৮ আগষ্ট,২০২৩ তাৰিখে কোনো বস্তুৰ ছাঁ পৃথিৱীত নপৰিব।

আপোনাৰেই হ‌ওক বা ওখ গছ, ঘৰ, স্তম্ভ যিয়েই হ‌ওক; একোৰে ছাঁ সেইদিনা আপুনি দেখা নাপাব। আকাশত প্ৰখৰ ৰ’দ থাকিব, কিন্তু আপুনি ছাঁ দেখা নাপাব একো বস্তুৰে। এই ঘটনা অতি দুলৰ্ভ।  আপুনি ভাগ্যবান যে আপুনি সেই ঘটনাৰ সাক্ষী হ’ব পাৰিব। আচলতে সেইদিনা সূৰ্য বিষুব ৰেখাৰ একেবাৰে ওপৰত থাকিব বাবে কোনো বস্তুৰে ছাঁ পৃথিৱীত নপৰিব। সেয়ে সেই দিনটোক zero shadow day হিচাপে ঘোষণা কৰা হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme