1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:40 am

স্মৃতি ইৰানী জোঁৱাই কানাডাৰ অৰ্জুনঃ ১.৭৫কোটি টকীয়া বিবাহ ভৱনত বিয়া সম্পন্ন…

  • Update Time : Thursday, February 9, 2023

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীৰ কন্যাৰ বিয়া। ইতিমধ্যে বিয়াৰ বাবে সকলো প্ৰস্তুতি প্ৰায় আৰম্ভ হৈছে। কন্যা শালিনী ইৰানীৰ বিয়া ৰাজস্থানৰ ৫০০বছৰীয়া এটা পুৰণি অট্টালিকাত ৯ফেব্ৰুৱাৰীত সম্পন্ন হব। কানাডাৰ অৰ্জুন ভাল্লা হব স্মৃতি ইৰানীৰ জোৱাঁই।

ৰাজস্থানৰ ৫০০বছৰীয়া সেই অট্টালিকাটোৰ এদিনৰ ভাড়া গৈছে ১কোটি ৭৫লাখ টকা।

প্ৰাপ্ত খবৰ অনুসৰি, পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিতে তেওঁলোকৰ বিয়াখন সম্পন্ন হব। মাত্ৰ ৫০খন অতিথিৰ উপস্থিতিত সম্পন্ন হব এই বিয়াখন।

Kiara Advani & Sidharth Malhotra Wedding Look Book: Manish Malhotra's Empress Rose Lehenga, Gold-Ivory Sherwani To Kaleere With Special Tribute To Their Dog - Every Detail Matters!

২০২১চনতে হৈ গৈছিল শালিনী ইৰানী আৰু অৰ্জুন ভাল্লাৰ আঙুঠি পিন্ধোৱা।  ইতিমধ্যে স্মৃতি ইৰানীৰ লগতে তেওঁৰ পৰিয়াল বৰ্গ উপস্থিত হৈছে ৰাজস্থানত। ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়েও এই বিয়াত যোৱা ৮ফেব্ৰুৱাৰী তাৰিখে উপস্থিত থাকি আৰ্শীবাদ প্ৰদান কৰে কইনাক।

 

 

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme