1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:20 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ভাল খবৰঃ প্ৰথমবাৰলৈ গিনিজ ৱল্ড ৰেকৰ্ডছত সন্নিৱিষ্ট হ’ব অসম চৰকাৰৰ নাম

  • Update Time : Wednesday, March 8, 2023
  • ৰঙৰ উতসৱৰ বতৰতে অসমবাসীলৈ আহিল এটা ভাল খবৰ।
  • ৯ মাৰ্চত গিনিজ ৱল্ড ৰেকৰ্ডছত সন্নিৱিষ্ট হব অসম চৰকাৰৰ নাম।
  • এক বিশেষ অভিলেখৰ বাবে গিনিজ ৱল্ড ৰেকৰ্ডছত সন্নিৱিষ্ট হব অসম চৰকাৰৰ নাম।
  • লাচিত বৰফুকনক লৈ অসম চৰকাৰৰ ৪৫লাখ ৰচনা লিখা প্ৰতিযোগিতাৰ বাবে গিনিজ ৱল্ড ৰেকৰ্ডছ সন্নিৱিষ্ট হব অসম চৰকাৰৰ নাম।
  • ইতিমধ্যে সকলো প্ৰক্ৰিয়া সম্পন্ন হৈছে আৰু অহা ৯মাৰ্চত কৰা হব আনুষ্ঠানিক ঘোষণা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme