1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:37 am

 

  •  নিজস্ব কৰ্ম, কাণ্ড আৰু শাৰীৰিক অৱয়বৰ বাবে চৰ্চাৰ শীৰ্ষত থকা টেমজেন ইমনা আলং পুনৰবাৰ বিধায়ক হিচাপে নিৰ্বাচিত
  • নাগালেণ্ডবাসীক ভাৰতীয় বুলি কোৱাৰ বাবে ক্ষোভিত হৈ পৰিছিল এন এছ চি এন (আই এম)।
  • সেয়ে তেওঁ প্ৰতিদ্বন্দিতা কৰা আলংটাকি সমষ্টিৰ ৰাইজক ভোট নিদিবলৈ আহ্বান জনাইছিল।
  • যিসকলে তেওঁক ভোট দিব সেই লোকসকলক এন এছ চি এন (আই এম)ৰ সংবিধান অনুসৰি শাস্তি প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছিল।
  • এই আহ্বানক নেওচি সমষ্টিবাসীয়ে বিজেপিৰ সভাপতি টেমজেন ইমনা আলঙক বিজয়ী কৰোৱায়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme