1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:02 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

 

  •  নিজস্ব কৰ্ম, কাণ্ড আৰু শাৰীৰিক অৱয়বৰ বাবে চৰ্চাৰ শীৰ্ষত থকা টেমজেন ইমনা আলং পুনৰবাৰ বিধায়ক হিচাপে নিৰ্বাচিত
  • নাগালেণ্ডবাসীক ভাৰতীয় বুলি কোৱাৰ বাবে ক্ষোভিত হৈ পৰিছিল এন এছ চি এন (আই এম)।
  • সেয়ে তেওঁ প্ৰতিদ্বন্দিতা কৰা আলংটাকি সমষ্টিৰ ৰাইজক ভোট নিদিবলৈ আহ্বান জনাইছিল।
  • যিসকলে তেওঁক ভোট দিব সেই লোকসকলক এন এছ চি এন (আই এম)ৰ সংবিধান অনুসৰি শাস্তি প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছিল।
  • এই আহ্বানক নেওচি সমষ্টিবাসীয়ে বিজেপিৰ সভাপতি টেমজেন ইমনা আলঙক বিজয়ী কৰোৱায়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme