1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 2:06 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

‘দিদি’য়েও পৰা নাই পৰিস্থিতি চম্ভালিব! বংগত নিৰ্বাচনক লৈ প্ৰাণ গ’ল ১৮জনৰ…

  • Update Time : Monday, July 10, 2023
  • পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ এতিয়াও শাম কটা নাই পশ্চিম বংগত।
  • ৰাজ্যখনত এতিয়ালৈকে মৃত্যু সংখ্যা হৈছেগৈ ১৮গৰাকী।
  • ইফালে ৰাজ্যখনৰ ৬০০টা বুথত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত নিৰ্বাচনী আয়োগৰ।
  • হিংসাত্মক পৰিস্থিতিৰ বাবে এই বুথসমূহত সুকলমে অনুষ্ঠিত হোৱা নাছিল ভোটগ্ৰহণ।
  • ইফালে ৰাজ্যখনৰ সকলোকে শান্তি বৰ্তাই ৰাখিবলৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আহ্বান।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme