1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 2:20 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

Google Chrome-ৰ কোনটো ভাৰ্ছন ব্যৱহাৰ কৰে? এইকেইটা ভাৰ্ছন ব্যৱহাৰ কৰিলে হেক হ’ব আপোনাৰ কম্পিউটাৰ…

  • Update Time : Friday, June 10, 2022

ডিজিটেল ডেস্কঃ গুগল ক্ৰম ব্যৱহাৰ কৰে নেকি? গুগল ক্ৰম ব্যৱহাৰ কৰাসকল সাবধানবানী দিছে কেন্দ্ৰীয় চৰকাৰে। গুগল ক্ৰম ব্যৱহাৰ কৰোতে এতিয়াৰে পৰা এইকেইটা সমস্যাই দেখা দিব পাৰে। কেন্দ্ৰীয় Computer Emergency Response Team-য়ে প্ৰকাশ কৰা অনুসৰি গুগল ক্ৰমৰ জৰিয়তে ফোন বা কম্পিউটাৰৰ বহু গোপন তথ্য ভাইৰেল হোৱাৰ সম্ভাৱনা থাকে।

প্ৰতিদিনেই ইণ্টানেটৰ উপৰত দৃষ্টি ৰাখে CERT-In-য়ে। এই সংস্থাটোৰ প্ৰধান কামেই হৈছে ইণ্টাৰনেটৰ পৃথিৱীত কোনো ত্ৰুতি থাকিলে সেয়া নিৰীক্ষণ কৰা আৰু সেই সম্পৰ্কে সাধাৰণ জনতাক সজাগ কৰা। শেহতীয়াভাৱে গুগল ক্ৰমক ‘High Risk’ হিচাপে চিহ্নিত কৰিছে সংস্থাটোৱে।

CERT-In-য়ে প্ৰকাশ কৰা তথ্য অনুসৰি যিসকলে Chrome OS-ৰ 96.0.4664.209-ৰ কোনো ভাৰ্ছন ব্যৱহাৰ কৰে তেন্তে এইধৰণৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। এই পুৰণি ভাৰ্ছন ব্যৱহাৰকাৰীৰ কম্পিউটাৰৰ পৰা তথ্য চুৰ কৰাও অতি সহজ। পুৰণি ভাৰ্ছনটোত পোৱা ত্ৰুতিসমূহ হৈছে CVE-2021-43527, CVE-2022-1489, CVE-2022-1633, CVE-202-1636, CVE-2022-1859, CVE-2022-1867 আৰু CVE-2022-23308,

CERT-In-য়ে এই তথ্য প্ৰকাশ কৰাৰ পিছতেই Google-য়ে এই সম্পৰ্কে এটা বিশেষ পষ্ট শ্বেয়াৰ কৰিছে। গুগলেও পষ্টটোত এই বিষয়ত তেওঁলোকে নজৰ দিয়াৰ কথা উল্লেখ কৰিছে। লগতে এই ত্ৰুতি দুৰ কৰাৰ বাবে Google-য়ে বিশেষ এটা দলক দায়িত্বও অৰ্পণ কৰিছে। Google-য়ে প্ৰত্যেকগৰাকী ব্যৱহাৰকাৰীকে Chromebook আপডেটৰো আহ্বান জনাইছে। নতুন ভাৰ্ছন ডাইনলোড কৰিলে এই সমস্যাসমূহ দূৰ হ’ব বুলিও বিবৃতিযোগে প্ৰকাশ কৰিছে গুগলে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme