1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 1:48 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

বনবাসৰ সময়ত ৰামে ভ্ৰমণ কৰা ৬স্থান কি কি?

  • Update Time : Sunday, June 12, 2022

ডিজিটেল ডেস্কঃ ৰামায়ণত ৰামৰ বনবাসৰ কথা হয়তো নজনা মানুহ নাই। পিতৃ সত্য পালন কৰিবলৈ গৈ ১৪ বছৰ বনবাস খাটিছিল ৰামে। ৰামৰ এই বনবাসৰ সময়ছোৱাত ৰামক সংগ দিছিল পত্নী সীতা আৰু ভাতৃ লক্ষ্মনে। সেই বনবাসৰ কালছোৱাত ৰামে ভ্ৰমণ কৰিছিল দেশৰেই বহুস্থান।

সেই ৰামো নাই অযোধ্যাও নাই এই প্ৰবাদটোৰ সৈতে হয়তো প্ৰত্যেকেই পৰিচিত। বৰ্তমাণ সময়ত চলি থকা অন্যায় অত্যাচাৰৰ কথা আহিলেই এই কথা উদাহৰণ হিচাপে প্ৰত্যেকেই কওঁ। ৰামৰ সত্যতাৰ বাবেই কেৱল তেওঁক উদাহৰণ হিচাপে দিয়া হয়নে?

ৰামক উদাহৰণ হিচাপে লোৱাৰ আছে বহুকেইটা কাৰণ। পোনতেই আহে পিতৃ সত্য পালন কৰি ৰামে ১৪ বছৰ বনবাস যোৱাৰ কথা।এই ১৪ বছৰীয়া বনবাসৰ কালত ৰামে পত্নী সীতা আৰু লক্ষ্মণৰ সৈতে ভ্ৰমণ কৰিছিল বহুস্থান। উত্তৰ ভাৰতৰ অযোধ্যাৰ পৰা ৰামে আৰম্ভ কৰা যাত্ৰাত সামৰি লৈছিল দক্ষিণ ভাৰতৰো বহুস্থান। ৰাক্ষক ৰাজ ৰাৱনে সীতাক হৰণ কৰাৰ পিছত শ্ৰীলংকাতো উপস্থিত হৈছিল ৰাম। বহুতেই ৰামৰ এই যাত্ৰাক এক কাহিনী বুলিয়েই ক’ব খোজে যদিও কল্পনা কৰা সেই স্থানসমূহ আজিও থকাত বহুতেই এইয়া কল্পনা নহয় বুলি দাবী কৰে।

ৰামৰ জন্ম হৈছিল অয্যোধ্যাত। বিশ্বৰ প্ৰাচীন চহৰসমূহৰ ভিতৰত অন্যতম এখন চহৰেই হৈছে অযোধ্যা।হিন্দু ধৰ্মালম্বী লোকে ৰাম জন্মভূমি বাবেই এই ঠাইক পৱিত্ৰ বুলি গ্‌ণ্য কৰে। ৰামায়নত বৰ্ণনা কৰা অনুসৰি সীতাৰ জন্ম হৈছিল মিথিলাত। সেই স্থানৰ আন এটা নাম জনকপুৰ বুলিও জনা যায়। এই অঞ্চলতেই বিবাহত বান্ধ খাইছিল ৰাম-সীতা। বৰ্তমান জনকপুৰক নেপালৰ ৰাজধানী কাঠমাণ্ডু নামেৰে জনা যায়।বনবাসৰ সময়ছোৱাত ৰামে কোন কোন ঠাইলৈ যাত্ৰা কৰিছিল তাৰো প্ৰমাণ ইতিমধ্যে পোৱা গৈছে।

ৰামে ভ্ৰমণ কৰা ঠাইসমূহ হৈছে প্ৰয়াগ, চিত্ৰকুট, দণ্ডকাৰণ্য, পঞ্চবটি অৰণ্য, কিষ্কিন্ধ্যা আৰু ঋষ্যমুখ পৰ্বত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme