মহাৰাষ্ট্ৰৰ দৰেই অৱস্থা ব্ৰিটেইনৰ! বিসম্বাদ সহিব নোৱাৰি প্ৰধানমন্ত্ৰীৰ পদত্যাগ…
-
Update Time :
Thursday, July 7, 2022
- ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ।
- বৰ্তমানলৈকে ৪০গৰাকী মন্ত্ৰীয়ে পদত্যাগ কৰিছে।
- চৰকাৰলৈ নামি অহা সংকটৰ বাবেই প্ৰধানমন্ত্ৰীৰ পদত্যাগ।
- শেহতীয়াকৈ চৰকাৰখনত বিসম্বাদে গা কৰি উঠিছিল।
- শেহতীয়াকৈ ব্ৰিটেইনৰ বিত্তমন্ত্ৰীয়ে মুকলিকৈ প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰিছিল।
- চৰকাৰখনলৈ নামি অহা এই অস্থিৰতাৰ বাবেই অৱশেষত পদত্যাগ কৰিলে প্ৰধানমন্ত্ৰীয়ে।
🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক
More News Of This Category