1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 2:02 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

বেংকৰ পৰা আপোনাৰ একাউন্টতো সোমাব পাৰে ১কোটি টকা! কিন্তু, সাৱধান

  • Update Time : Thursday, November 11, 2021

ডিজিটেল ডেস্কঃ   ১কোটি টকা! বহুতৰ বাবে সপোন সপোন লগা এটা বৃহত ধনৰাশি। বহুতে কিজানি এইটোও নাজানে যে কিমানটা শূণ্য হলে হয় এক কোটি। কিন্তু এগৰাকী ব্যক্তিৰ জীৱনৰ আহিল ১কোটিৰ সৌভাগ্য। এগৰাকী মধ্যবিত্ত লোকৰ একাউন্টত এদিন হঠাত সোমাল ১কোটি টকা। নিজৰ একাউন্টত ইমান বিশাল ধনৰাশি দেখি অবাক হল লোকজন। তাৰ পাছতে বেংকৰ সৈতে যোগাযোগ কৰিলে।

লোকজনক বেংকে এদিন মাতি পঠালে। বেংকৰ শাখা মেনেজাৰক সকলো কথা বিৱৰি কোৱাত মেনেজাৰে তেওঁক কলে যে, এই ধন তেওঁ বংশসূত্ৰে লাভ কৰিছে আৰু ধনখিনি যি কামতে খৰছ কৰে তেওঁ কৰিব পাৰে। মেনেজাৰৰ কথামতেই বিভিন্ন কামত উক্ত ধনৰাশিৰ কিয়দাংশ খৰছ কৰাৰ পাছত ৯মাহৰ মূৰত বেংকৰ ফালৰ পৰা এখন নটিছ আহিল। নটিছত উল্লেখ কৰা আছিল যে, কিছু বিজুতিৰ ফলতহে এই ধনৰাশি তেওঁৰ একাউন্টত জমা হৈছিল। অতি শীঘ্ৰেই এই ধন পুনৰ বেংকে ঘূৰাই লব।নটিছ পোৱাৰ পাছতে ব্যক্তিগৰাকীয়ে বেংকৰ এই ভুলৰ বাবেহে এই কাম হোৱা বুলি কাৰন দৰ্শাই কিছু টকা মাফ কৰি ঘূৰাই দিয়ে সকলো টকা।

কাহিনী কাহিনী লগা এই ঘটনা শেহতীয়াকৈ সংঘটিত হৈছে বিটেইনত। বিটেইনৰ Russell Alexanderনামৰ লোকগৰাকীৰ ক্ষেত্ৰত সংঘটিত হোৱা এই ঘটনাই এতিয়া আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত শিৰোনাম দখল কৰিছে। উল্লেখ্য যে, বেংকক Russell Alexanderয়ে মাটি-সম্পত্তি সকলো বেচি পৰিশোধ কৰে ধন। ইয়াৰ পাছতে Russell Alexander আদালতৰো কাষ চাপিছে। Russell Alexanderৰ মতে, বেংকৰ গাফিলতিৰ শাস্তি তেওঁ আজি ভোগ কৰি আছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme