1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:35 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

৯চেকেণ্ডত ভাঙি দিয়া টুইন টাৱাৰৰ ভগা চিমেন্ট টুকুৰা চাফা কৰিবলৈ লাগে ৪৪লাখ টকা…

  • Update Time : Wednesday, August 31, 2022

ডিজিটেল ডেস্কঃ ৩২ মহলীয়া  টুইন টাৱাৰ কেইটামান চেকেণ্ডতে ধ্বংস কৰাৰ পাছত এতিয়া নয়দা প্ৰশাসনৰ বাবে মূৰৰ কামোৰণি হৈছে অট্টালিকাটোৰ ভগ্নাৱশেষ ইটা আৰু চিমেন্টৰ টুকুৰা। ভাগি পৰা এই সামগ্ৰীবোৰ উক্ত স্থানৰ পৰা আতৰাবৰ বাবেই প্ৰশাসনক প্ৰয়োজন হব প্ৰায় ৪৪লাখ টকা।  প্ৰতিদিনাই উক্ত স্থানৰ পৰা প্ৰশাসনে ২৫০-৩০০টন আৱৰ্জনা অন্য স্থানলৈ স্থানাত্যৰ কৰিছে যদিও শেহতীয়াকৈ প্ৰশাসনে এক হিচাপ ৰাজহুৱা কৰিছে। এই হিচাপ অনুসৰি সস্পূৰ্ণ অট্টালিকাটোৰ আৱৰ্জনা চাফা কৰিবৰ বাবে মুঠ ৪৩লাখ ৬৮হাজাৰ টকা খৰচ হব।

উল্লেখ কৰা প্ৰয়োজন যে, মাত্ৰ ১২মহলীয়া অট্টালিকা নিৰ্মাণ কৰিবলৈ অনুমতি উলিয়াই ৩২মহলীয়া টুইন টাৱাৰটো অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত অৱশেষত ধ্বংস কৰা হল উক্ত অট্টালিকাটো।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme