1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 17, 2024, 12:14 pm
Trending:
এই বিশেষ ব্যায়ামৰ জৰিয়তে শৰীৰ সুস্থ কৰি ৰখাৰ লগতে সুস্থ কৰি ৰাখক মনক স্বাস্থ্যৰ পক্ষে হানিকাৰক হ’ব পাৰে এইসমূহ খাদ্য এখন চিঠি প্ৰেয়সীৰ বাবে, পঢ়ি চাওক আপুনিও হৈ পৰিব আৱেগিক! সঘনাই লিপষ্টিক ব্যৱহাৰ কৰে নেকি আপুনি, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে! অতীতৰ দিনবোৰলৈ মনত জানো নপৰে আপোনাৰ? এইকেইটা দিশত গছ ৰোপন কৰিলে বৃদ্ধি হ’ব পাৰে আপোনাৰ মানসিক চাপ ৯০ দশকক বোলছবিৰ জৰিয়তে উভতাই অনাৰ কুচ-কাৱাজ ৪ তাৰকাৰ এক নিৰোগী আৰু সুস্বাস্থ্য লাভ আৰু আয়ুস বৃদ্ধি হ’বৰ বাবে কৰক এইসমূহ কাম! জানি লওঁক ভাৰতৰ আটাইতকৈ বিপজ্জনক ক্ষেপণাস্ত্ৰ কোনটো আৰু ইয়াৰ গতি কিমান লখিমপুৰ আৰু শিৱসাগৰ জিলাত যক্ষ্মাৰোগৰ ভয়াৱহ ৰূপত শংকিত জনসাধাৰণ

ভূমিকম্পই তচনচ কৰিলে সকলো সপোনঃ ভায়েকক বুকুত সাৱটি ৩দিন ভগা অট্টালিকাৰ তলত সোমাই থাকিল এইগৰাকী কণমানি…PHOTOS

  • Update Time : Thursday, February 9, 2023

ডিজিটেল ডেস্কঃ প্ৰচণ্ড ভূমিকম্পত তচনচ হ’ল তুৰ্কী। তুৰ্কী আৰু চিৰিয়াত সোমবাৰে হোৱা ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণিৰ ফলত ধনজনৰ বিস্তৰ ক্ষতি সাধন হৈছে। শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি এতিয়ালৈকে এই ভূমিকম্পত ১৫হাজাৰো অধিক লোকৰ মৃত্যু হৈছে। বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ভূমিকম্পৰ পাছত বহুকেইটা ঘটনাই ইতিমধ্যে বিশ্ববাসীৰ বুকু কপাই তুলিছে। তলৰ এই ফটোখন চাওক। ভূমিকম্পৰ ফলত  অট্টালিকাৰ মাজত সোমাই থকা কন্যাৰ হাতখনত এনেদৰেই ধৰি থাকিল এগৰাকী পিতৃয়ে। এই চিত্ৰখনে ইতিমধ্যে বিশ্ববাসীৰ চকু সেমেকাই তুলিছে।

Fears grow for untold numbers buried by Turkey earthquake

 

আনহাতে তলৰ এই ফটো খন চাওক। এগৰাকী কণমাণিয়ে মৰমৰ ভায়েকক বুকুত সাৱটি এইদৰে ভগা অট্টালিকাৰ তলত সোমাই আছে।

May be an image of 1 person and child

ইফালে তলৰ ফটোখনত দেখা গৈছে নিজৰ হেপাঁহৰ ঘৰ খন হেৰুৱাই শোকত ভাগি পৰি আপোনজনক বুকুত সাৱটি লৈছে এইগৰাকী মহিলাই।

Turkey earthquake: How strong is a magnitude-7.8 quake?

 

আনহাতে সন্ধানহীন হৈ থকা আত্মীয়জনক এইদৰে ছিঞকি চিঞৰি মাতিছে এইগৰাকী লোকে।

More than 12,000 confirmed fatalities in world's deadliest earthquake in  over a decade | CBC News

এনে কিছুমান ফটোৱে ইতিমধ্যে সকলোকে শোকাবিহ্বল কৰি তুলিছে। সকলোৱে আশা কৰিছে এই বিপদৰ সময়ত সকলোৱে তুৰ্কী আৰু চিৰিয়াৰ কাষত থিয় হওঁক।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme