ডিজিটেল ডেস্কঃ লকডাউনৰ সময়ৰে পৰা ছচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ফটো ভাইৰেল হয়। বহু ফটোৱে মানুহক কিছুমান কথা ভৱাই তুলিবলৈ বাধ্য কৰে। শেহতীয়াকৈ তেনে এখন ফটোৱে ভাইৰেই হৈছে ফেচবুক, টুইটাৰ আৰু ইষ্টাগ্ৰামত। এই ফটো হৈছে এইখন-
এই ফটোখন সাধাৰণ যেন লাগিলেও ফটোখনত আছে ১২গৰাকী সেনা জোৱান। সহজতে ধৰিব নোৱাৰিলেও ভালদৰে চাইও বহুজনে ১২গৰাকী সেনা জোৱানক বিচাৰি উলিয়াব নোৱাৰে ফটোখনৰ পৰা। ছচিয়েল মিডিয়াৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এই ফটোখনে যথেষ্ট চৰ্চা লাভ কৰিছে।
এতিয়া চাওঁক এই ফটোখনৰ কত কত আছে ১২গৰাকী জোৱান-