1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:09 am

সাজু হওঁক, সাজু হওঁকঃ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব কৰোনাৰ তৃতীয় ঢৌঁ…

  • Update Time : Wednesday, November 24, 2021

ডিজিটেল ডেস্কঃ কৰোনাৰ তৃতীয়টো ঢৌঁ আৰম্ভ হব ডিচেম্বৰৰ পৰা। অৱশ্যে এই ঢৌঁৰ প্ৰকোপ পূৰ্বতকৈ কিছু কম হব।- কৰোনাৰ তৃতীয় ঢৌঁ কেতিয়া আহিব বুলি ভাৱি থাকোতেই মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীয়ে সংবাদমাধ্যমৰ সন্মুখত সদৰি কৰিলে এই তথ্য। এই তৃতীয় ঢৌঁত পূৰ্বৰ দৰে হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি নহয় বুলি সংবাদমাধ্যম যোগে ব্যক্ত কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ লগতে কয়- এই ঢৌঁত কোনো অক্সিজেন আৰু আই চি ইউৰ দৰে জটিল পৰিস্থিতিৰ সৃষ্টি নহয়। যিহেতু প্ৰায় ৮০শতাংশ লোকৰ টীকাকৰণ হৈ গৈছে গতিকে চিন্তাৰ কোনো বিশেষ কাৰন নাই। উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যোৱা সপ্তাহত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীক সাক্ষাত কৰিছিল। এই সাক্ষাতকালতে এই আলোচনা হৈছে বুলি তেওঁ সদৰি কৰিছে।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme