1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 3:22 am

ঠেঙাল কছাৰী নিৰ্বাচনৰ বাবে সাজু বিজেপিঃ ৫গৰাকী মহিলাৰে ২২জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ…

  • Update Time : Tuesday, December 28, 2021

ডিজিটেল ডেস্কঃ সমাগত ঠেঙাল কছাৰী স্বায়ত্ব শাসন পৰিষদৰ নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে বহুদিনৰে পৰা প্ৰস্তুতি চলাই থকা শাসকীয় বিজেপি দলে শেহতীয়াকৈ প্ৰকাশ কৰিছে প্ৰাৰ্থিত্বৰ তালিকা। ২২জনীয়া এই প্ৰাৰ্থীৰ তালিকা শেহতীয়াকৈ প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে।

বিজেপিয়ে প্ৰকাশ কৰা তালিকা অনুসৰি, প্ৰাৰ্থীত্ব লাভ কৰা সকল হৈছে বিপুল কছাৰী, প্ৰতাপ কছাৰী, প্ৰকাশ শইকীয়া, বন্তি শইকীয়া, পুলক কছাৰী, কুমুদ কছাৰী, শ্যামল কৃষ্ণ বৰা, সাৰাপ্ৰভা ঠেঙ্গাল, মিনালী হাজৰিকা শইকীয়া, স্মৃতিৰেখা ঠেঙ্গাল, পদ্মেশ্বৰ শইকীয়া, লেখন বৰা, কেশৱ নেওঁগ, জ্যোতি বৰা শইকীয়া,কেশৰাম বৰা, ৰাজু শইকীয়া আৰু মনদ্বীপ বৰা।

May be an image of text

উল্লেখ্য যে, এই তালিকাৰ ২২গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫গৰাকী মহিলা প্ৰাৰ্থী। সকলো প্ৰাৰ্থীকে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা সভাপতি ভৱেশ কলিতাই অভিনন্দন জনোৱাৰ লগতে আগন্তক নিৰ্বাচনত বিজেপি অপ্ৰতিৰোধ্য হৈ থাকিব বুলি আশা প্ৰকাশ কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme