1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:40 am

ইয়াতকৈ বেদনা আৰু কিয় লাগেঃ ভেলেন্টাইন ডেত চাকৰি গ’ল হুকুৰ আলীৰ…

  • Update Time : Wednesday, February 15, 2023

ডিজিটেল ডেস্কঃ সুখৰ নহ’ল হুকুৰ আলীৰ ভেলেন্টাইন ডে। কিয়নো প্ৰেমৰ এই বিশেষ দিনটোতে হুকুৰ আলীলৈ আহিল এটা বেয়া খবৰ। সেই বেয়া খবৰটো আছিল- হুকুৰ আলীক তেওঁৰ পদৰ পৰা বৰ্খাস্ত কৰা হৈছে। দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হোৱাৰ পাছতে চৰকাৰী পদবী হেৰুৱালে হুকুৰ আলীয়ে।

যোৱা মঙল বাৰে চাকৰি হেৰুৱালে শুকুৰ আলীয়ে। দুৰ্নীতিৰ অভিযোগত VCDC চেয়াৰমেন পদৰ পৰা বৰ্খাস্ত কৰিলে শুকুৰক। উল্লেখ কৰা প্ৰয়োজন যে, বিভিন্ন লোকৰ পৰা উতকোচ লৈ ধৰা পৰিছিল হুকুৰ আলী। অৱশেষত হুকুৰ আলীক ৰাইজে গতাই দিছিল আৰক্ষীৰ হাতত। তাৰ পিছতে নিজৰ চাকৰি হেৰুৱালে হুকুৰ আলীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme