1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:21 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ধনী হবলৈ আপোনাৰ থাকিব লাগিব এই ৩টা গুণ…

  • Update Time : Sunday, April 17, 2022

ডিজিটেল ডেস্কঃ

১. সময় লওঁক, ধৈৰ্যশীল হওঁক, ধনী হ’বলৈ সময় লাগিব…

ধৈৰ্যই সফলতা। কেৱল কিছু দিন চেষ্টা কৰি হতাশ নহ’ব ধনী হ’বলৈ সময় লাগিব। সফল হ’বলৈ সময় লাগে মানুহে বছৰৰ পিছত বছৰ চেষ্টা কৰি ধনী বা সফলতা পায়, সেয়েহে কেতিয়াওঁ নাভাবিব যে কেৱল কিছু দিন কাম কৰি ধনী বা সফল হ’ব পাৰিব। আপুনি যি কাম কৰি আছে মনোযোগ সহকাৰে কৰক, আৰু নতুন নতুন সুযোগ উলিয়াওক কেনেকৈ নিজৰ ইনকাম বৃদ্ধি কৰিব পাৰে সেই বিষয়ে চিন্তা কৰক।

২. আত্মবিশ্বাস। নিজৰ ওপৰত সদায়ে ৰাখক বিশ্বাস…

কিবা এটা পাবলৈ হ’লে নিজৰ ওপৰত কিন্তু বিশ্বাস ৰখা জৰুৰী, কাৰণ বিশ্বাস এনেকুৱা এটা ডাঙৰ বস্তু যি অসম্ভৱ কামকো সম্ভৱ কৰিব পাৰে। যদি নিজৰ ওপৰত বিশ্বাস না থাকে তেনেহলে সহজ কামকো কঠিন লাগিব, সেই বাবে সকলো সময়ত নিজক উৎসাহিত কৰিব লাগিব। কেৱল নিজকে নহয় ওচৰৰ পৰিৱেশ আপুনি কৰি ৰাখক যোগাত্মক।

৩. ৰিক্স লওঁক জীৱনত…

জীৱনত ৰিক্স(Risk) লবই লাগিব। মানুহৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা ভাল সময় বা ভাল সুযোগ আহে, কিন্তু সাহসী মানুহবোৰে ৰিক্স লৈ সেই সুযোগৰ ওপৰত কাম কৰে। কিন্তু বহুত মানুহেই ৰিক্স ল’বলৈ ভয় খায় আৰু সুযোগবোৰ এৰি দিয়ে। সেই বাবে জীৱনত ডাঙৰ কিবা পাবলৈ হ’লে ৰিক্স লব পৰা সাহস থাকিব লাগিব। সুযোগ কিন্তু কাৰোবাক কৈ নাহে, হঠাৎ আহে আৰু আহিলেই সুযোগটো জীয়ে কামত লগাব পাৰে সেইজন ধনী বা সফল হয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme