1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 8:02 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

দাম শুনিয়ে মূৰ ঘূৰাব আপোনাৰ! আধা লিটাৰ গাখীৰৰ দাম ৮০০টকা…

  • Update Time : Thursday, March 24, 2022

ডিজিটেল ডেস্কঃ ১ কেজি চাউলৰ মূল্য ৫০০ টকা। মাত্ৰ ৪০০ গ্ৰাম গাখীৰৰ মূল্য ৭৯০ টকা। বৰ বেছি চিন্তা নকৰিব এই অৱস্থা আমাৰ দেশৰ নহয়৷ ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাৰ এই অৱস্থা। প্ৰচণ্ড বিত্তীয় সংকটত ভোগা শ্ৰীলংকাত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাশলংঘী হৈছে৷ ভাৰতলৈ আগমণ ঘটা এই শৰনাৰ্থীসকলে প্ৰকাশ কৰা মতে শ্ৰীলংকাত এতিয়া প্ৰতি কিলোগ্ৰাম চাউলৰ মূল্য ৫০০ টকা হৈছে। ১ কেজি চেনীৰ মূল্য ২৯০ টকা পৰ্যন্ত হৈছে।

বিশেষজ্ঞৰ দাবী দেশখনৰ এনে পৰিস্থিতিয়ে দেশখনক ১৯৮৯ চনৰ গৃহ যুদ্ধৰ দৰে পৰিস্থিতিৰ মাজলৈ লৈ যাব। এনে পৰিস্থিতিয়ে দেশখনৰ পৰা আন দেশলৈ প্ৰবজন বৃদ্ধি কৰাৰ সম্ভাৱনা অধিক। দেশখনত ৰন্ধন গেছৰ মূল্য হৈছেগৈ ৪,১৯৯ টকা৷ এনে পৰিস্থিতিত শ্ৰীলংকাৰ জনতাই ভোক আৰু মুদ্ৰাস্ফীতিৰ মাজেৰে দেশ এৰি আন দেশলৈ গতি কৰাৰ বাহিৰে বেলেগ পথ একো বিচাৰি পোৱা নাই। ইতিমধ্যে দেশখনৰ পৰা ভাৰতলৈ আগমণ ঘটিছে সাধাৰণ নাগৰিকৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme