1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:31 am

কি যে মায়া! অৱশেষত বিজেপিত যোগদান কৰিবলৈ সাজু চনু চুদ!

  • Update Time : Monday, August 22, 2022
  • অচিৰেই বিজেপিত যোগদান কৰিব পাৰে অভিনেতা চনু চুদে।
  • ইতিমধ্যে বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ সৈতে মিলিত হৈছে চনু।
  • বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি  এল সন্তোষৰ সৈতেও বৈঠকত বহিছে চনু।
  • সকলো ঠিকে ঠাকে থাকিলে চলিত বছৰৰ শেষৰফালে যোগদান কৰিব পাৰে বিজেপিত।
  • অৱশ্যে এই বিষয়ক লৈ মুখ খোলা নাই বিজেপি নাইবা চনু চুদে।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme