1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 12:11 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

এজন দৰা হেৰাইছে! বাতৰি কাকততো ওলাল বিজ্ঞাপন…

  • Update Time : Thursday, December 30, 2021

ডিজিটেল ডেস্কঃ দৰা হেৰাইছে- বাতৰি কাকতত এটা আজৱ বিজ্ঞাপন। দেশৰ এখন আগশাৰীৰ বাতৰি কাকতত এই বিজ্ঞাপন দেখি সকলো অবাক। ছচিয়েল মিডিয়াতো বনজুইৰ দৰে বিয়পি পৰিল বিজ্ঞাপনটো। বিজ্ঞাপনটো আছিল এইটো-

दुकानदार ने अखबार में छपवाई 'दूल्हे' की मिसिंग तस्वीर! जानें आखिर क्या है असल सच्चाई

বিজ্ঞাপনটো প্ৰকাশ পাইছিল দ্য টেলিগ্ৰাফ কাকতখনত। আগশাৰীৰ এই কাকতখনত ২৬ডিচেম্বৰ ২০২১ত প্ৰকাশ পাইছিল এই বিজ্ঞাপনটো। দেশৰ আগশাৰীৰ কাকতখনে কিয় এনে বিজ্ঞাপন প্ৰকাশ কৰিলে বুলি অধিক চৰ্চা হওঁতেই ওলাল উৰহীৰ ওৰ। আচলতে এইটো বিজ্ঞাপন আছিল এখন কাপোৰৰ দোকানৰহে। কিছু পৃথক কনছেপ্টেৰে বিজ্ঞাপন দিবলৈ গৈ ছচিয়েল মিডিয়াত পেপাৰ কাটতো বিয়পি পৰিল অন্য ধৰণে। এতিয়া পঢ়ি লওঁক এই সম্পূৰ্ণ পেপাৰ কাটতো।

missing groom

সেয়া যি কি নহলেওঁ, কিছু সময়ৰ কাৰনে হ’লেও এই ঘটনাই একাংশক বেছ আমোদ দিলে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme