1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:57 am

স্বাস্থ্য অতি সংকটজনকঃ বিশিষ্ট লেখক ড০ শিৱনাথ বৰ্মনৰ বাবে সকলোৱে কৰক প্ৰাৰ্থনা…

  • Update Time : Thursday, December 8, 2022
  • বিশিষ্ট লেখক ড০ শিৱনাথ বৰ্মন গুৰুতৰভাৱে অসুস্থ।
  • নেমকেয়াৰ হাস্পতালত বিশিষ্ট সাহিত্যিক গৰাকীৰ চিকিৎসা চলি আছে ।
  • নেমকেয়াৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা তেখেতক চিকিৎসা কৰোৱা হৈছে।
  • তেওঁৰ স্বাস্থ্য অতি সংকটজনক বুলি জানিবলৈ দিছে চিকিৎসালয় কৰ্তৃপক্ষই।
  • ৩ ডিচেম্বৰত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
  • অসমীয়া সমাজ জীৱনলৈ বিশেষ অৰিহণা আছে এইগৰাকী বিশিষ্ট সাহিত্যিকৰ।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme