1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 9, 2025, 11:34 pm

আহি আছে কি? শ্বাহৰুখ খানৰ সৈতে অসমৰ দিগন্ত হাজৰিকা…

  • Update Time : Wednesday, December 29, 2021

ডিজিটেল ডেস্কঃ অসমৰ বাবে এটা ভাল খবৰ। বলিউদ বাদশ্বাহ শ্বাহৰুখ খানৰ অভিনীত ছবিত একেলগে অভিনয় কৰিবলৈ সুযোগ লাভ কৰিছে অসমৰ দিগন্ত হাজৰিকাই। অসমীয়া ছবিজগতৰ এটি চিনাকি নাম দিগন্ত হাজৰিকাই শেহতীয়াকৈ ছচিয়েল মিডিয়াত শ্বাহৰুখৰ সৈতে শ্বেয়াৰ কৰিছে এখন  বিশেষ ফটো।

 

May be an image of 4 people, beard and people standingউল্লেখ কৰা প্ৰয়োজন যে, শ্বাহৰুখৰ আহিবলগীয়া ছবি পাঠানত দেখা যাব দিগন্ত হাজৰিকাক। ইয়াৰ পূৰ্বে ঋতিক ৰোচনৰ সৈতেও একেখন ছবিতে দেখা গৈছিল দিগন্ত হাজৰিকাক। কেইবাখনো অসমীয়া ছুপাৰহিট ছবিত অভিনয় কৰা দিগন্ত হাজৰিকা  অসমীয়া ছবিজগতৰ এটা চিনাকি নাম। যোৱা  কেইবাবছৰ ধৰি দিগন্ত হাজৰিকা ব্যস্ত আছে মুম্বাইত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme