1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 12:36 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

লাজ কৰি লুকুৱাই নাৰাখিবঃ যৌন শক্তি(Sexual Power) কেনেকৈ বৃদ্ধি কৰিব পাৰি, জানি লওক

  • Update Time : Friday, June 9, 2023

ডিজিটেল ডেস্কঃ ‘যৌন শক্তি’ হৈছে জীৱনৰ অতি গুৰুত্বপূৰ্ণ আৰু পৰম আকাংক্ষিত এক মহামূল্য সম্পদ। মানৱ জীৱনৰ সকলো আনন্দ এই যৌন ক্ষমতাৰ সন্তুষ্টিৰ পৰাই আৰম্ভ হৈছে। সুস্থ জীৱন-যাপনৰ কাৰণে সফল যৌন সন্তুষ্টিৰ প্ৰয়োজন আছে। যৌন অসন্তুষ্টি বিভিন্ন ৰোগ ব্যাধিৰ কাৰক হ’ব পাৰে। মানসিক অৱসাদ, হতাশা, অযথা ভয়, অযথা শংকা আৰু সংশয়, সন্দেহ আৰু মানসিক ব্যাধি বিলাকৰ মূল কাৰণ হৈছে এই যৌন অসন্তুষ্টি।

অসন্তুষ্ট যৌন জীৱন কটোৱা ব্যক্তিৰ সামাজিক আৰু ব্যৱহাৰিক জীৱনো সুস্থ নহয় আৰু আচাৰ-আচৰণো অস্বাভাৱিক হোৱাৰ সম্ভাৱনা থাকে। এখন সুস্থ সমাজৰ বাবে এনেধৰণৰ অসুস্থ আৰু অস্বাভাৱিক আচৰণৰ ব্যক্তি অবাঞ্চিত বোজা স্বৰূপ হ’ব পাৰে। কিন্তু অতি দুখৰ বিষয় এয়ে যে আমাৰ সমাজৰ শতকৰা ১২ৰ পৰা ১৫ জন লোকৰ মাজত তীব্ৰ যৌন দুৰ্বলতা থাকে বহুতে লাজত বা সামাজিক কাৰণত লঘু-লাঞ্চিত হোৱাৰ আশংকাত নিজৰ যৌন দুৰ্বলতা লুকুৱাই ৰাখি কাৰো লগতে সমস্যাবোৰ আলোচনা নকৰাকৈ থাকে। বহুতো দম্পতীয়ে যৌন অক্ষমতাৰ ফলত প্ৰচণ্ড মানসিক অন্তদ্বৰ্ন্দ্বত ভূগি সমগ্ৰ জীৱনটো নীৰৱে পাৰ কৰি দিয়ে। অথচ ওচৰৰ ডাক্তৰৰ ওচৰলৈ গৈ সমস্যাটো আলোচনা কৰি পৰামৰ্শ লোৱাৰ প্ৰয়োজনীয়তাও অনুভৱ নকৰে।

মানসিক কাৰণৰ লগতে অন্যান্য কিছুমান শাৰীৰিক ৰোগৰ কাৰণেও মানুহ এজন যৌন-দুৰ্বলতা বা যৌন অক্ষমতাত ভুগিব পাৰে। দীৰ্ঘদিন ধৰি ভুগি থকা উচ্চৰক্ত চাপ, মধুমেহ, স্নায়ু দুৰ্বলতা, অন্ত:স্ৰাৱী গ্ৰন্থিৰ অস্বাভাৱিক হৰমোন নি:সৰণ প্ৰক্ৰিয়া(থাইৰয়ড, পিটুইটেৰী, এড্ৰিনেল গ্ৰন্থি) শুক্ৰাশয়, অণ্ডকোষ, প্ৰোষ্টেট গ্লেণ্ড আৰু প্ৰজনন অংগৰ ৰোগ আদিৰ বাবেও যৌন-দুৰ্বলতা বা যৌন অক্ষমতাই দেখা দিব পাৰে। স্বপ্নদোষ, অতিমাত্ৰা হস্তমৈথুন বা অপ্ৰাকৃতিক ৰতিক্ৰিয়াৰ বাবেও সাময়িকভাৱে যৌন দুৰ্বলতাই দেখা দিব পাৰে। কিন্তু এনেধৰণৰ কাৰ্যই যৌন ক্ষমতা স্থায়ীভাৱে হ্ৰাস কৰিব নোৱাৰে। তথাপি অতিমাত্ৰা হস্তমৈথুন আৰু অপ্ৰাকৃতিক ৰতিক্ৰিয়াই বিৰূপ মানসিক প্ৰভাৱ পেলায়।

এনেবিলাক লক্ষণে দেখা দিলে তৎক্ষণাত অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল। আয়ুৰ্বেদত এনেধৰণৰ যৌন দুৰ্বলতাজনিত ৰোগৰ ভাল চিকিৎসা ব্যৱস্থা আছে। যিকোনো ধৰণৰ যৌন দুৰ্বলতাজনিত ৰোগ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত সম্পূৰ্ণ নিৰাময় কৰিব পাৰি। অৱশ্যে জন্মগতভাৱে যৌন ক্ষমতাহীন লোকৰ কথা সুকীয়া। ৰোগীক পঞ্চকৰ্ম কৰা হয়। বিশেষকৈ ‘স্নেহন’ এই ক্ষেত্ৰত বিশেষভাৱে উপযোগী। সুগন্ধিযুক্ত তেলেৰে গাত মালিচ কৰি ‘স্বেদন’ দিয়া হয়।

এই পদ্ধতিৰে শাৰীৰিক চিকিৎসা কৰাৰ পিছত কিছুদিনলৈ যৌন দুৰ্বলতাৰ ৰোগীৰ নিম্নোক্ত ঔষধবিলাক সেৱন কৰাৰ পৰামৰ্শ দিয়া হয়।

  • বানাৰী কল্প এচামুচকৈ দিনে দুবাৰ গাখীৰৰ লগত খাবলৈ দিয়া হয়।
  • অশ্বগন্ধা, শতাৱৰী, সৰস্বতা চূৰ্ণ, এচামুচকৈ দিনে দুবাৰ গাখীৰৰ লগত খাবলৈ দিয়া হয়।
  • চন্দ্ৰপ্ৰভাৱতী দুটাকৈ দিনে দুবাৰ খাব দিয়া হয়।
  • Tentex Royal এটাকৈ বড়ি দিনে দুবাৰ খাব লাগে।
  • Nirilex এটাকৈ দিনে দুবাৰ খাব দিয়া হয়।
  • অশ্বগন্ধাৰিষ্ট, দশমূলৰিষ্ট, চন্দনা সৱ চাৰি চামুচকৈ দিনে দুবাৰ খাব দিয়া হয়।

যৌন দুৰ্বলতা বা অক্ষমতা কোনো ৰোগৰ কাৰণে হ’লে তাৰ চিকিৎসা কৰাব লাগে। যৌনশক্তি বৃদ্ধিকাৰক আয়ুৰ্বেদিক ঔষধ খাই শক্তি সংৰক্ষণ কৰি সফল জীৱন লাভ কৰিব পাৰি।

 

(আয়ুবেদিক চিকিতসকৰ পৰামৰ্শ লৈহে এই ক্ষেত্ৰত আগবাঢ়িব)

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme