1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:00 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

হাস্পাতাললৈ নিয়াৰ পথত সতীশ কৌশিকে বাৰে বাৰে কৈছিলঃ মই মৰিব নিবিচাৰো, মোক বচোৱা…

  • Update Time : Sunday, March 12, 2023

ডিজিটেল ডেস্কঃ বিশিষ্ট অভিনেতা তথা পৰিচালক সতীশ কৌশিকৰ মৃত্যুক এতিয়াও বহু আপোনজনে মানি লব পৰা নাই। হাহি-স্ফূতিৰে হোলী খেলি ঘৰলৈ যোৱা মানুহজনৰ হৰ্ঠাতে হোৱা মৃত্যুক লৈ এতিয়াও শোকস্তদ্ধ বলিউদ। এনে বেয়া সময়ৰ মাজতে শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক ঘটনা।

নিজৰ জীৱন আৰু পৰিয়ালটোক অতিকৈ ভাল পাইছিল সতীশ কৌশিকে।  নিজৰ জীৱনটো হাঁহি-স্ফূৰ্তিৰ মাজত কটাব বিচৰা কৌশিকে শেষৰ সময়তো কৈছিল যে, মোৰ মৰিবলৈ মন নাই, মোক বচোৱা। এই কথা শেহতীয়াকৈ সদৰি কৰিছে সতীশ কৌশিকৰ মেনেজাৰে।

সতীশ কৌশিকৰ মেনেজাৰ সন্তোষ ৰায়ে প্ৰকাশ কৰিছে যে গাড়ীত উঠি চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত অভিনেতাগৰাকীয়ে শেষ কথা কৈছিল, “সন্তোষ, অনুগ্ৰহ কৰি মোক বচাওক, মই মৰিব নিবিচাৰো। মই মোৰ কন্যা বংশিকাৰ বাবে জীয়াই থাকিব বিচাৰো।”

মেনেজাৰ ৰায়ে সদৰি কৰা অনুসৰি,  কৌশিকে আৰু কৈছিল, “মই ভাবো মই বাচি নাথাকো। প্লিজ শশী আৰু বংশিকা।” মোক মাফ কৰা …

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme