1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 3:10 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰঃ বাঢ়িব দৰমহা…

  • Update Time : Tuesday, March 15, 2022

ডিজিটেল ডেস্কঃ চৰকাৰী কৰ্মচাৰীসকলক অচিৰেই ভাল খবৰ দিব পাৰে চৰকাৰে। সকলো ঠিকে ঠাকে থাকিলে অচিৰেই দৰমহা বাঢ়িব চৰকাৰী কৰ্মচাৰীসকলৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ ডি এ বৃদ্ধিৰ লগতে বিভিন্ন বিষয়ৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ দিশে আগবাঢ়িছে চৰকাৰ। ১৬ মাৰ্চত অনুষ্ঠিত হব লগা কেবিনেট বৈঠকত কৰ্মচাৰী সকলৰ ৩শতাংশ ডি এ বৃদ্ধিৰ সিদ্ধান্তত মোহৰ লাগিব পাৰে।

উল্লেখ কৰা প্ৰয়োজন যে, ১৬মাৰ্চত অনুষ্ঠিত হব কেন্দ্ৰীয় কেবিনেটৰ বৈঠক। যদিহে কৰ্মচাৰীসকলৰ ডি এ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় তেন্তে ৬৫লাখ কৰ্মচাৰী লাভৱান হব। বৰ্তমানৰ ডি এ ৩১শতাংশৰ বিপৰীতে কৰ্মচাৰীসকলৰ ডি এ ৩৪শতাংশলৈ বৃদ্ধি পাব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme