1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 6:00 pm

শনিবাৰে অন্ত পৰিব ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ!

  • Update Time : Friday, March 4, 2022

ডিজিটেল ডেস্কঃ শনিবাৰে অন্ত পৰিব পাৰে ইউক্ৰেইন ৰাচিয়াৰ যুদ্ধ। সমাধানৰ সূত্ৰ ওলাব পাৰে দুয়োখন দেশৰ মাজত। কিয়নো শনিবাৰে তৃতীয় লানি বৈঠকত বহিব দুয়োখন দেশৰ প্ৰতিনিধি। ইতিমধ্যে ইউক্ৰেইনে আহ্বান জনাইছে যে, দেশখনৰ পৰা ৰুছ সেনা প্ৰত্যাহাৰ কৰা হওঁক। কিয়নো ইউক্ৰেইনে কেৱল শান্তি বিচাৰে।

ইফালে বিগত দিনকেইটাত দুবাৰকৈ বৈঠকত মিলিত হৈছে ইউক্ৰেইন আৰু ৰাছিয়া। এই বৈঠক দুখনত কোনো সমাধানৰ সূত্ৰ ওলোৱা নাই । শনিবাৰে এই যুদ্ধ ১০টা দিনত ভৰি দিব। আৰু সকলোৱে আশা কৰিছে যে, এই ১০দিনতে অন্ত পৰক দুয়োখন দেশৰ মাজত থকা যুদ্ধৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme