1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 5:32 pm

ৰাছিয়া-ভাৰতৰ সম্পৰ্ক দেখি হতবাক আমেৰিকা….

  • Update Time : Thursday, March 3, 2022

ডিজিটেল ডেস্কঃ  ৰাছিয়া আৰু ভাৰতৰ মিত্ৰতা দেখি শংকিত হৈ পৰিছে মহাপ্ৰতাপী আমেৰিকা।  বিশ্বৰ কোনো নেতাৰ কথা নুশুনাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সঘনাই টেলিফোনত বাৰ্তলাপ কৰিছে পুটিনে। পুটিনে আশ্বাস দিছে যে, এই যুদ্ধত কোনো ভাৰতীয়ৰ একো ক্ষয়-ক্ষতি নহয়।  বিগত ৬টা দিনত দুবাৰকৈ টেলিফোনত বাৰ্তালাপ কৰিছে পুটিন-মোদীয়ে।

এনে সম্পৰ্ক দেখি শেহতীয়াকৈ আমেৰিকাই আহ্বান কৰিছে যে, ভাৰতে ৰাছিয়াৰ পৰা দুৰত্ব বজাই ৰাখক। ভাৰতৰ এই স্থিতিয়ে যুদ্ধক বেছি প্ৰভাৱম্বিতহে কৰিব। গতিকে সময় থাকোতেই ভাৰতে ৰাছিয়াৰ সৈতে দুৰত্ব বজাই ৰাখিবলৈ যত্ন কৰক।

উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ ৰাছিয়াই ইউক্ৰেইনত মৃত্যু হোৱা ভাৰতীয় ছাত্ৰগৰাকীক লৈও শোক প্ৰকাশ কৰিছে। পুটিনে কথা দিছে যে, এই ঘটনাৰ তদন্ত কৰা হব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme