ডিজিটেল ডেস্কঃ কটাক্ষ, ঠাট্টা-মস্কৰা পাই পাই লাজ নোহোৱা হৈছে অখিল গগৈৰ । বিধানসভাৰ মজিয়াৰ পৰা সস্তীয়া ৰাজনীতি কৰিছে অখিল গগৈয়ে- এইদৰে অখিল গগৈক কটাক্ষ কৰিলে মৰিয়নীৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বিধানসভাৰ পৰা অখিল গগৈক ওলিয়াই দিয়াৰ পাছতে সাংবাদিকৰ আগত এনেদৰে কলে অখিল গগৈয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, বিধানসভাৰ নীতি-নিয়ম নমনাৰ বাবে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে মাৰ্চেল লগাই ওলিয়াই দিছিল অখিল গগৈক।