1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 9:23 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

চলমান-শ্বাহৰুখেও মানিছে হৰি-হৰি! দুদিনত উপাৰ্জন ৩৫০কোটি…

  • Update Time : Sunday, March 27, 2022

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ মুক্তি পোৱা ছবি RRRৰ দুদিনৰ উপাৰ্জন শুনিলে আপুনি হৈ পৰিব আচৰিত। আন ছবিয়ে কেতিয়াও কল্পনা কৰিব নোৱাৰা উপাৰ্জন কৰিছে RRRএ।

শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুসৰি ছবিখনে দুটা দিনত উপাৰ্জন কৰিছে প্ৰায় ৩৫০কোটি।  উল্লেখ কৰিব লাগিব যে,  মুক্তিৰ দিনাই ছবিখনে ২৪০-২৬০  কোটি টকা উপাৰ্জন কৰিছিল।

ইয়াৰ পিছতে ২৬মাৰ্চত ছবিখনে  ১০৫-১১০ কোটি টকাৰ ব্যৱসায় কৰিছিল । দ্বিতীয় দিনা ছবিখনৰ হিন্দী সংস্কৰণে ২৬.৫কোটি টকা আৰু তামিল সংস্কৰণে উপাৰ্জন কৰিছে ৩২কোটি টকা।

বাহুবলীকো চেৰাই এই ছবিখনে কৰা উপাৰ্জনক লৈ সুখী কলা-কৌশলী সকলৰ লগতে পৰিচালক ৰাজামুৰলী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme