1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:44 am

সচাঁ প্ৰেমৰ ৭টা লক্ষণঃ ১৪ তাৰিখৰ আগত আপোনাৰ প্ৰেমক লৈ হওঁক CONFRAM…

  • Update Time : Thursday, February 9, 2023

ডিজিটেল ডেস্কঃ প্ৰেমৰ সপ্তাহ এতিয়া চলি আছে। প্ৰেমৰ সংজ্ঞা কি কোনেও কব নোৱাৰে যদিও সচাঁ প্ৰেম আচলতে কেনে হয় বা কেনে ব্যৱহাৰ তথা আচৰণে সচাঁ প্ৰেমৰ প্ৰমাণ কৰে তাক কিছুমান কথাৰ পৰা ধৰিব পাৰি। আপুনিও প্ৰেমৰ এই বিশেষ দিনকেইটাত অনুভৱ কৰক যে, আপোনাৰ সংগীজন সচাকৈয়ে এনেকুৱা হয়নে। তলত পঢ়ি লওক প্ৰকৃত ভালপোৱাৰ বিশেষ ৭টা লক্ষণ-

১. প্ৰকৃত প্ৰেম সদায়েই স্বাৰ্থবিহীন। তাত স্বাৰ্থ নাথাকে।

২. সহনশীলতা।

৩. পৰস্পৰে পৰস্পৰক গুৰুত্ব দিয়া, মনোযোগ দিয়া আৰু কেয়াৰ লোৱা।

৪. সচাঁ প্ৰেমত কোনো গোপন বা ব্যক্তিগত কথা নাথাকে।

৫. ইজনে আনজনক লৈ গৰ্বিত অনুভৱ কৰা।

৬. নিজকে সলনি কৰিব পৰা ক্ষমতা।

৭. ত্যাগৰ মনোভাৱ দুয়োৰে মাজত থকা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme