1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 29, 2024, 6:17 am

টাটা উঠিছে, আম্বানীৰ ক’ত কি লোকচান…

  • Update Time : Wednesday, May 18, 2022
Ratan Tata

ডিজিটেল ডেস্কঃ একক আধিপত্য নচলিব ৰিলায়েন্সৰ। ৰিলায়েন্সক টক্কৰ দিবলৈ সাজু হৈছে এইবাৰ ৰতন টাটা। আম্বানীক টক্কৰ দিবলৈকে ৫টাকৈ ব্ৰেণ্ড মুকলি কৰিবলৈ সাজু হৈছে টাটা। মাৰ্কেটত নিজৰ আধিপত্য বিস্তাৰত নামিছে এইবাৰ টাটা গ্ৰুপ।

Tata Consumer Products Ltd-ৰ চিইঅ সুনীলে সদৰি কৰিছে এই কথা। টাটাই অচিৰেই ক্ৰয় কৰিব বহুকেইটা আগশাৰীৰ কোম্পানী। ইতিমধ্যে ক্ৰয় সন্দৰ্ভত সকলো কথাই পাতিছে টাটা গ্ৰুপে। ১৫৩ বছৰ পুৰণি টাট গ্ৰুপে ২০২০ চনত Tata Consumer Products Ltd আৰম্ভ কৰিছিল।

Tata Consumer Products Ltd আৰম্ভৰ পিছতেই আন্তৰাষ্ট্ৰীয়া কোম্পানী Uniliver কে ধৰি মুকেশ আম্বানীৰ Reliance Industries Ltd-য়েও টাটাৰ বিৰুদ্ধে যুঁজিবলৈ শক্তিশালী হৈ উঠিব নোৱাৰাটোৱেই এতিয়া প্ৰমাণ কৰিছে, অচিৰেই টাটাই বজাৰত নিজৰ আধিপত্য দেখুওৱাবলৈ সক্ষম হ’ব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme