1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 5:52 pm

দেওবাৰে এই বিশেষ চাৰিটা ৰাশিৰ লোকে লাভ কৰিব ভাল খবৰ…

  • Update Time : Saturday, March 5, 2022

ডিজিটেল ডেস্কঃ দেওবাৰে বিশেষ চাৰিটা ৰাশিৰ লোকে লাভ কৰিব ভাল খবৰ। জ্যোতিষ শাস্ত্ৰৰ মতে দেওবাৰে (৬/৩/২০২২) মেঘ ৰাশিৰ লোকে দেওবাৰে লাভ কৰিব ভাল খবৰ।   মেঘ ৰাশিৰ লোকে দেওবাৰে নিজৰ কথাৰে ওচৰৰ লোকক প্ৰভাৱিত কৰাৰ লগতে পেছাগত জীৱনতো সফলতা লাভ কৰিব। এই ৰাশিৰ লোকসকলৰ বাবে দেওবাৰৰ দিনটো যথেষ্ট শুভ হব, বহুদিনৰে পৰা ৰৈ থকা কাম এই দিনটোতে সম্পন্ন হব বুলি কয় জ্যোতিষ শাস্ত্ৰই।

বৃষ ৰাশিৰ লোকসকলেও দেওবাৰৰ দিনটোত লাভ কৰিব ভাল খবৰ। আয়ৰ পৰিমাণ বৃদ্ধি পাব আৰু আৰ্থিক স্থিতি সবল হব। কিন্তু এই ৰাশিৰ লোকে দেওবাৰৰ দিনটোত কৰ্মক্ষেত্ৰত সাৱধানে কাম কৰিবলৈ কয় জ্যোতিষ শাস্ত্ৰই।  দেওবাৰৰ দিনটোত কন্যা আৰু মীন ৰাশিৰ লোকসকলেও ভাল খবৰ লাভ কৰিব বুলি জ্যোতিষ শাস্ত্ৰই কয়।

(উপৰোক্ত নিউজ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ওপৰত ভিত্তি কৰি লিখা হৈছে)  

 

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme