1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 3:36 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

থাকে SIMPLE কৈ, কিন্তু ধনৰ অভাৱ নাইঃ পত্নী উপাসনাক ৯০কোটিৰ গহনা পিন্ধাই বিয়া পাতিছিল ৰামচৰণে…

  • Update Time : Saturday, February 25, 2023

ডিজিটেল ডেস্কঃ দক্ষিণৰ মেগাষ্টাৰ ৰামচৰণৰ সৰল ব্যৱহাৰে সকলোকে আকৰ্ষিত কৰে। বিশাল ধন-সম্পত্তিৰ গৰাকী হৈও সহজ-সৰল জীৱন আৰু সবল ব্যক্তিত্বৰ বাবে অভিনয়ৰ লগতে অন্য বিষয়ক লৈও চৰ্চাত থাকে অভিনেতাগৰাকী। ছচিয়েল মিডিয়াত পুনৰ এবাৰ অন্য এক প্ৰসংগৰ বাবে চৰ্চালৈ আহিছে ৰামচৰণ।

স্কুলীয়া কালৰে ভাল বন্ধু আৰু পিছলৈ প্ৰেমিকা হোৱা উপাসনা কামিনেনীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ৰামচৰণ।  ২০১২চনতে তেওঁলোকৰ বিবাহ অতি ধুমধামেৰে অনুষ্ঠিত হৈছিল। দক্ষিণ ভাৰতৰ দামী বিয়াবোৰৰ ভিতৰত এই বিয়াখন আছিল অন্যতম। ৰামচৰণৰ পিতৃ মেগাষ্টাৰ তথা ৰাজনীতিবিদ চিৰঞ্জীৱি তেজাই এই বিয়াখন অতি ব্যয়বহুলভাৱে অনুষ্ঠিত কৰিছিল।

প্ৰেমিকা উপাসনাক ১৭কোটি টকাৰ শাড়ী আৰু ৯০কোটি টকাৰ গহনা পিন্ধাই জীৱন সংগী কৰিছিল ৰামচৰণে। কেৱল এয়াই নহয় উক্ত বিয়াখনত অতিথিসকলকো প্ৰদান কৰা হৈছিল বিশেষ উপহাৰ।

উল্লেখ কৰা প্ৰয়োজন যে, ৰামচৰণ আৰু তেওঁৰ পিতৃ চিৰঞ্জীৱিৰ আছে নিজা এক এয়াৰ লাইনছ কোম্পানী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme