1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:53 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

কন্যা,বৃষ, তুলা আৰু মিথুনঃ সাৱধানে নাথাকিলে বিপদ অনিবাৰ্য…

  • Update Time : Saturday, September 24, 2022

ডিজিটেল ডেস্কঃ কন্যা,বৃষ, তুলা আৰু মিথুন- এই ৰাশিৰ জাতক-জাতিকা সকল চলিত বৰ্ষৰ ২৫অক্টোবৰ সাৱধানে থকাৰ লগতে কৰিবলৈ লোৱা প্ৰতিটো কামৰ ক্ষেত্ৰত সাৱধান হব। ইয়াৰ কাৰন তলত উল্লেখ কৰা হৈছে।

চলিত বৰ্ষৰ ২৪অক্টোবৰত দেৱালী আৰু তাৰ পিছদিনাই হব এই বৰ্ষটোৰ শেষৰটো সূৰ্যগ্ৰহণ। এই দিনটোত ১২ৰাশিৰ ভিতৰত ৪টা ৰাশিৰ জাতক-জাতিকাসকল অতিকৈ সাৱধানে থকাৰ প্ৰয়োজন আছে।  আৰু সেই ৰাশি কেইটাই হৈছে- কন্যা,বৃষ, তুলা আৰু মিথুন।

কন্যা ৰাশিঃ এইদিনটোত আপোনাৰ কামৰ গতি হ্ৰাস পাব। নতুন কোনো কাম এইদিনটোত আৰম্ভ নকৰাই ভাল। আৰ্থিক দিশৰ সৈতে জড়িত থকা কোনো বিষয়ক লৈ সিদ্ধান্ত সেই দিনটো নলব। সেইদিনটোত কাকো বাকীও নিদিব। 

বৃষ ৰাশিঃ ব্য়ৱসায়ত ক্ষতিৰ যোগ আছে। দোকানত থকা বস্তু ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গ্ৰহণৰ সময়ত কোনো কামত ধন বিনিয়োগ নকৰিব। স্বাস্থ্যক লৈ সৰ্তক থাকক। এনে কোনো খাদ্যই গ্ৰহণ নকৰিব যি খাদ্য আপোনাৰ শৰীৰে সহ্য কৰিব নোৱাৰে। 

তুলা ৰাশিঃ এই দিনটোত দুৰ্ঘটনাৰ যোগ আছে। বাহন চলাওতে অতিকৈ সাৱধান হওক। মানসিক ভাৱেও অশান্তিত থাকিব। 

মিথুন ৰাশিঃ গ্ৰহণৰ সময়চোৱাত জৰুৰী কামত আহিব সংকট। বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণৰ সময়ত নলব। ঘৰৰ বাজেট আৰু ব্যৱসায়ৰ সিদ্ধান্তক লৈ কিছু মতানৈক্যৰ সৃষ্টি হব। 

উল্লেখ কৰা প্ৰয়োজন যে, ২৫অক্টোবৰত গ্ৰহণ দিনৰ ২.২৯বজাৰ পৰা আৰম্ভ হব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme