1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 7:19 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

কিবা বিপদ আহিব নে, ভাল খবৰ পাবঃ চাই লওঁক আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল…

  • Update Time : Saturday, April 1, 2023

ডিজিটেল ডেস্কঃ সকলোৰে দিনটো শুভ হওঁক। আজি ১এপ্ৰিল।  আজিৰ দিনটো আপোনাৰ কেনে যাব! চাও আহক আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল-

মেষ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

বৃষ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। ব্যৱসায়ত বন্ধুবৰ্গৰ সহায়ে আজি আপোনাক লাভাম্বিত কৰিব পাৰে। দীর্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক।

মিথুন ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। ব্যৱসায়ত মনোযোগ দিয়ক। আজি আপুনি ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। পৰিয়ালৰ প্ৰতি সৎভাৱ বৃদ্ধি পাব। বাহিৰত খাদ্য খোৱা পৰিহাৰ কৰক। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। মাতৃৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে।

কৰ্কট ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ব্যবসায়ত উন্নত। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়া আজি সমাধান হ’ব। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব।‌ আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে।

সিংহ ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। বাৰ্তালাপৰ সময়ত সাৱধান হওক। ব্যৱসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক। পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। আজি আপুনি ধনৰ লেনদেনৰ পৰা আঁতৰি থাকক। বাৰ্তালাপৰ সময়ত সাৱধান হওক।

কন্যা ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। আজি আপুনি ভৱিষ্যতক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে।

তুলা ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। ব্যবসায়ত বন্ধুৰ সহায়ে আজি আপোনাক লাভাম্বিত কৰিব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো শুভ। আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে।

বৃশ্চিক ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। আজি আপুনি কোনো নতুন কাম আৰম্ভ নকৰিব। ব্যৱসায়ত মনোযোগ দিয়ক। পৰিয়ালৰ প্ৰতি সৎভাৱ বৃদ্ধি পাব। আজি আপুনি ধনৰ লেনদেনৰ পৰা আঁতৰি থাকক। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটোত বাধা থাকিব পাৰে। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে।

ধনু ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। ব্যৱসায়ত সৰু সৰু সমস্যা থাকিব পাৰে, যাৰ বাবে মন দুখিত হ’ব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। পত্নীৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব। বাৰ্তালাপৰ সময়ত সাৱধান হওক। বাহিৰত খাদ্য খোৱা পৰিহাৰ কৰক। মাতৃৰ সমৰ্থন লাভ কৰিব।

মকৰ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ব্যৱসায়ত মনোযোগ দিয়ক। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। সন্তানৰ পৰা এটি সুখবৰ লাভ কৰিব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

কুম্ভ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। ব্যবসায়ত বন্ধুৰ সহায়ে আজি আপোনাক লাভাম্বিত কৰিব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

মীন ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। আজি আপুনি ব্যবসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। পত্নীৰ পৰামৰ্শই আজি আপোনাক লাভাম্বিত কৰিব। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme