1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 23, 2024, 12:29 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

কৃপা কৰি ৰে’ল যাত্ৰীসকলে মন দিয়কঃ এইটো খবৰ অতিকৈ গুৰুত্বপূৰ্ণ…

  • Update Time : Sunday, July 24, 2022

ডিজিটেল ডেস্কঃ ৰে’ল যাত্ৰা যদি কৰাৰ কথা ভাৱিছে আপোনাৰ বাবে এইটো খবৰ অতিকৈ গুৰুত্বপূৰ্ণ। আই আৰ চি টি চিৰ ৱেবছাইট অনুসৰি, বাতিল কৰা ৰে’লৰ তালিকাত দেশৰ বহু চহৰৰ পৰা চলি থকা ৰে’লসমূহো সন্নিবিষ্ট  হৈছে।  ভাৰতীয় ৰে’লৱে ২৪ জুলাইত বহু ৰে’ল বাতিল কৰিছে। আই আৰ চি টি চিৰ ৱেবছাইট অনুসৰি দেওবাৰে বাতিল কৰা হৈছে মুঠ ২২১ খন ৰে’ল। বেয়া বতৰৰ লগতে প্ৰাকৃতিক বিভিন্ন কাৰনত  উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্ৰদেশ আদি ৰাজ্যত বাতিল কৰা ৰে’লসমূহৰ অধিকাংশ ৰে’ল বাতিল কৰা হৈছে।

বাতিল কৰা ৰে’লৰ তালিকা চাবলৈ আপুনি enquiry.indianrail.gov.in/mntes/ ৱেবছাইট চাব পাৰে।

২৪জুলাইত বাতিল কৰা ৰেল সমূহ হৈছে-

00913 , 01539 , 01540 , 01605 , 01606 , 01607 , 01608 , 01609 , 01610 , 03035 , 03036 , 03058 , 03083 , 03085 , 03086 , 03087 , 03094 , 03095 , 03096 , 03097 , 03098 , 03502 , 03549 , 03657 , 03658 , 04129 , 04130 , 04181 , 04182 , 04183 , 04194 , 04601 , 04602 , 04647 , 04648 , 04685 , 04686 , 04699 , 04700 , 04883 , 05137 , 05169 , 05170 , 05334 , 05366 , 05445 , 05446 , 06429 , 06430 , 06846 , 06977 , 06980 , 07519 , 07906 , 07907 , 09071 , 09072 , 09108 , 09109 , 09110 , 09113 , 09483 , 09484 , 09501 , 09502 , 10101 , 10102 , 11027 , 11421 , 11422 , 12824 , 12929 , 12930 , 13033 , 14235 , 14893 , 15232 , 17267 , 17268 , 18109 , 18202 , 18258 , 19035 , 19036 , 19426 , 20972 , 22167 , 22620 , 22910 , 22929 , 22930 , 22959 , 22960 , 31411 , 31414 , 31617 , 31622 , 31711 , 31712 , 36033 , 36034 , 37211 , 37216 , 37246 , 37247 , 37253 , 37256 , 37305 , 37306 , 37307 , 37308 , 37312 , 37319 , 37327 , 37330 , 37335 , 37338 , 37343 , 37348 , 37411 , 37412 , 37415 , 37416 , 37611 , 37614 , 37657 , 37658 , 37741 , 37746 , 37782 , 37783 , 37785 , 37786 , 47105 , 47109 , 47110 , 47111 , 47112 , 47114 , 47116 , 47118 , 47120 , 47129 , 47132 , 47133 , 47135 , 47136 , 47137 , 47138 , 47139 , 47140 , 47150 , 47153 , 47164 , 47165 , 47166 , 47170 , 47176 , 47187 , 47189 , 47190 , 47191 , 47192 , 47195 , 47203 , 47210 , 47220, 66002, 66004, 66015, 66016, 66016, 93002.

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme