1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:35 am

বাতৰি নহয়! তথাপিও বাতৰি হ’ল যে, ৰাহুল গান্ধীয়ে দাঢ়ি কাটিলে…

  • Update Time : Wednesday, March 1, 2023

ডিজিটেল ডেস্কঃ বাতৰি হ’ব পৰাকৈ ঘটনাটো সিমান ডাঙৰ নহয়। কিন্তু ঘটনাটো কিছু ভাৱিবলগীয়া হোৱাৰ বাবেই হয়তো ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বহু সংবাদমাধ্যমে বাতৰি কৰিছে। বাতৰিৰ শিৰোনামটো হৈছে- ৰাহুল গান্ধীয়ে দাঢ়ি কাটিলে।

১৭০দিনৰ মূৰত দাঢ়ি কাটিলে ৰাহুল গান্ধীয়ে।  বৰ্তমান বিট্ৰেইনত থকা ৰাহুল গান্ধীয়ে দাঢ়ি কটাৰ ফটো শেহতীয়াকৈ ছচিয়েল মিডিয়াৰ লগতে বিভিন্ন সংবাদমাধ্যমত ভাইৰেল হৈ পৰিছে।

ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰাৰে পৰা ৰাহুল গান্ধীয়ে দাঢ়ি কটা নাছিল। ইয়াক লৈ তীব্ৰ চৰ্চাও হৈছিল। কিন্তু এই যাত্ৰা সামৰি বৰ্তমান আমোদ-প্ৰমোদত ব্যস্ত থকা ৰাহুল গান্ধীয়ে শেহতীয়াকৈ দাঢ়ি কাটিলে।

১৭০দিন ধৰি দাঢ়ি নাকাটি অন্য এক ৰূপ লোৱা ৰাহুল গান্ধীয়ে দাঢ়ি কটাৰ লগতে সকলোৱে গতানুগতিকভাৱে প্ৰকাশ কৰিলে বাতৰি। আৰু এই বাতৰি শিৰোনাম- ৰাহুল গান্ধীয়ে দাঢ়ি কাটিলে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme