1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 17, 2025, 7:52 pm

কেটৰীণা, দিপীকাতকৈ ধুনীয়া ৰবীনা টেণ্ডনৰ জীয়াৰী, চাওক PHOTOS…

  • Update Time : Sunday, September 4, 2022

ডিজিটেল ডেস্কঃ বিগত প্ৰায় ৩টা দশক নিজৰ ৰূপ আৰু গুণেৰে কোটি কোটি জনক মোহাচন্ন কৰি অহা অভিনেত্ৰী ৰবীনা টেণ্ডনৰ কন্যাই সৌন্দৰ্যৰ ক্ষেত্ৰত চেৰ পেলালে মাতৃক। শেহতীয়াকৈ ৰবীনা টেণ্ডনে কন্যা ৰাশাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰাৰ পাছত কোটি কোটি অনুৰাগীয়ে দাবী কৰিছে যে,  ৰাশাক অচিৰেই তেওঁলোকে ৰূপালী পৰ্দাত চাব বিচাৰে।

Who Is Raveena Tandon's Daughter, Rasha Thadani? 10 Things About Her

উল্লেখ কৰা প্ৰয়োজন যে, ৰবীনা কন্য়াৰ বয়স বৰ্তমান ১৭বছৰ।  শনিবাৰে শিল্পা চেট্টীৰ ঘৰলৈ আহোতে ৰবীনাৰ সৈতে কন্যা ৰাশাও বন্দী হয় সাংবাদিকৰ কেমেৰাৰ লেন্সত। তাৰ পিছৰে পৰাই এতিয়া চৰ্চাত ৰবীনাৰ কন্যা ৰাশা।

Rasha Thadani Age, Boyfriend, Family, Biography & More » StarsUnfolded

উল্লেখ কৰা প্ৰয়োজন যে, ছচিয়েল মিডিয়াত বেচ জনপ্ৰিয় ৰাশা। ইষ্টাগ্ৰামত তেওঁৰ আছে প্ৰায় আঢ়ৈ লাখ অনুৰাগী।

Rasha Thadani Age, Boyfriend, Family, Biography & More » StarsUnfolded

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme