1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:02 am

ৰাণী এলিজাবেথ আক্ৰান্ত কৰোনাত, ইফালে অসমত দেওবাৰে মৃত্যু দুগৰাকী…

  • Update Time : Sunday, February 20, 2022

ডিজিটেল ডেস্কঃ কৰোনাই বিদায় লোৱাৰ সময়তে শেহতীয়াকৈ বিট্ৰেইনৰ ৰাণী এলিজাবেথ আক্ৰান্ত হৈছে কৰোনাত৷ শেহতীয়াকৈ তেওঁক কৰা পৰীক্ষা ফলাফল আহিছে পজিটিভ৷ কৰোনাৰ সংক্ৰমণ ধৰা পৰিছে যদিও ৯৫বছৰীয়া ৰাণী এলিজাবেথৰ স্বাস্থ্য সম্পূৰ্ণৰূপে সুস্থিৰ বুলি জানিব পৰা গৈছে৷

ইফালে অসমত দেওবাৰে ১৩গৰাকী লোকৰ দেহত নতুনকৈ কৰোনাৰ সংক্ৰমণ ধৰা পৰাৰ লগতে ২গৰাকী ৰোগীৰ মৃত্যু হৈছে৷ আজিৰ দিনটোত ১৯৩৯গৰাকী লোকক কৰা হৈছিল কৰোনা টেষ্ট৷ বৰ্তমান অসমত ৫১৫গৰাকী ৰোগী চিকিতসাধীন হৈ আছে৷

দেওবাৰে মৃত্যু হোৱা কৰোনা ৰোগী দুগৰাকী হৈছ শোণিতপুৰ আৰু গোলাঘাটৰ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme