1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 9:25 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

Pushpa, The Rule – Part 2- ত আল্লু অৰ্জুনে কিয় শাৰী পিন্ধিলে

  • Update Time : Tuesday, April 9, 2024

ছবিগৃহলৈ আহি আছে ‘পুষ্পা ২’ ৷ পুষ্পা ছবিখনে জনতাৰ মৰম বুটলিবলৈ সক্ষম হোৱাৰ পিছতেই অনুৰাগীৰ বাবে মুকলি কৰি দিছে ‘পুষ্পা ২’ ছবিখনৰ টিজাৰ৷ আল্লু অৰ্জুন আৰু ৰশ্মিকা মাণ্ডনাই অভিনয় কৰা পুষ্পা ছবিখনক দৰ্শকে আকোঁৱালি লৈছিল অতি কম সময়ৰ ভিতৰতেই৷ তাৰ পিছতেই পুনৰ দৰ্শকৰ মাজলৈ আহি আছে পুষ্পা ২ ছবিখন৷ যিখন ছবিৰ টিজাৰ বৰ্তমান মুকলি হৈছে৷ আজি আল্লু অৰ্জুনৰ জন্মদিন, তেওঁৰ জন্মদিনতেই দৰ্শকলৈ আগবঢ়ালে পুষ্পা২ ৰ টিজাৰ৷ এইবাৰ পিছে পুষ্পা ২ বোলছবিখনত অভিনয় কৰিছে আল্লু অৰ্জুন, ৰশ্মিকা মাণ্ডনা, ধনঞ্জয়, ৰাও ৰমেশ, সুনীল, অনসূয়া ভৰদ্বাজ, অজয় ঘোষ, ভানৱৰ সিং শেখৱট, ফাহাদ ফাজিলে অভিনয় কৰিছে ৷ পুষ্পা ২ৰ টিজাৰ মুকলি হোৱাৰ লগে লগে ইন্টাৰনেট, অনুৰাগীয়ে প্ৰশংসা কৰিছে৷ ছবিখনৰ টিজাৰৰ ক্লিপটোত আল্লু অৰ্জুনে শাৰী পিন্ধি একচন শ্বট দিয়া দেখিবলৈ পোৱা গৈছে ৷ অহা ১৫ আগষ্টত মুক্তি পাবলগীয়া তেলেগু ছবি পুষ্পা ২ৰ টিজাৰে ছচিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে ৷ ছবিখনৰ অনুৰাগী আৰু ইয়াৰ মুখ্য অভিনেতা আল্লু অৰ্জুনে এক্স আৰু অন্যান্য ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বোলছবিখনৰ টিজাৰ মুক্তি দিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme