1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2024, 4:17 pm
Trending:
কনজাংটিভাইটিছৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এইসমূহ উপায় আৰু দূৰত থাকক চকুৰ সমস্যাৰ পৰা আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম! পনীৰ প্ৰিয় যদি জানি লওঁক কিদৰে চিনাক্ত কৰিব প্ৰকৃত আৰু নকল পনীৰ! ভাৰতৰ সৰ্বোচ্চ ৰে’ল ষ্টেচনটো, য’ত শিৰৰ ওপৰত থাকে ডাৱৰ জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট। সনাতন ধৰ্মত জগন্নাথ ৰথ যাত্ৰাৰ আছে এক বিশেষ তাৎপৰ্য! আপুনি জানেনে আপোনালৈ হোৱাটছ এপত পঠোৱা ভিন্নৰঙী ‘LOVE EMOJI’য়ে কি কি বুজায়? অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আবেগিক নীতা আম্বানী! এই ৫ বিধ খাদ্যই আপোনাক নিৰোগী ৰখাত কৰিব সহায় কিয় চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে AI ৰবটে?

বাদশ্বাহ শ্বাহৰুখেৰে প্ৰিয়ংকা চোপ্ৰাৰ গোপন বিয়া… কিয় চলিছে এই চৰ্চা?

  • Update Time : Saturday, January 22, 2022

ডিজিটেল ডেস্কঃ কন্যাসন্তানৰ মাতৃ হ’ল প্ৰিয়ংকা চোপ্ৰা। নিক-প্ৰিয়ংকাৰ জীৱনলৈ ন’ আলহীৰ আগমনৰ কথা ইনষ্টাগ্ৰাম যোগে নিজেই প্ৰকাশ কৰিছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই। ইফালে প্ৰিয়ংকা-নিকৰ মাজত চলি থকা পাৰিবাৰিক সংঘাত ইয়াতেই যতি পৰিল বুলিও একাংশই সামাজিক মাধ্যমত চৰ্চা কৰিছে। কিন্তু তাৰ মাজতেই চৰ্চা হৈছে অন্য এক বিষয়হে। প্ৰিয়ংকা-নিকৰ সংসাৰত দূৰত্ব অহাৰ কাৰণ শ্বাহৰুখহে। কিয়নো বহুতৰে মতে নিকৰ সৈতে বিবাহৰ পূৰ্বে শ্বাহৰুখেৰে গোপনে বিবাহত আবদ্ধ হৈছিল প্ৰিয়ংকা।

প্ৰিয়ংকাই ৰুগীয়া পিতৃৰ মনোকামনা পূৰণ কৰিবলৈকে টৰণ্টত গোপনে বিবাহপাশত আবদ্ধ হৈছিল শ্বাহৰুখেৰে। বলীউডত প্ৰথম খোজ পেলাওঁতেই শ্বাহৰুখেৰে ঘনিষ্ঠ হৈ পৰিছিল প্ৰিয়ংকা। প্ৰিয়ংকা শ্বাহৰুখে যদিও এই সম্পৰ্কৰ কথা ৰাজহুৱা কৰা নাছিল তথাপিও একাংশ নেটিজেনে তেতিয়াৰে নজৰ ৰাখি আহিছে দুয়োৰে কাৰ্যকলাপত। শ্বাহৰুখেও প্ৰিয়ংকা সম্পৰ্কে সোধা প্ৰশ্নত প্ৰায়েই কয় যে বলীউডত তেওঁ বাদশ্বাহ অথৱা ষ্টাৰ কিন্তু প্ৰিয়ংকাৰ কাষত তেওঁ এগৰাকী ক’ ষ্টাৰহে। ২০০৬ চনত ডন’ ছবিখনত দুয়োৱে একেলগে কাম আৰম্ভ কৰিছিল। ডন’ ৰ পিছৰে পৰাই বাঢ়িছিল দুয়োৰে ঘনিষ্ঠতা। প্ৰিয়ংকা-শ্বাহৰুখৰ ঘনিষ্ঠতাক লৈ গুজৱ আৰম্ভ হোৱাৰ পিছতেই ডন-২ ছবিখনৰ কামো কৰিছিল দুয়োৱে। অৱশ্যে ডন-২’ ৰ পিছৰে পৰা দুয়োগৰাকীয়ে দূৰত্ব বজাই চলা পৰিলক্ষিত হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme