1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
August 1, 2025, 5:23 am

আহি আছে, আহি আছেঃ ঋতিকৰ সৈতে অসমৰ প্ৰীতি কংগনা…

  • Update Time : Friday, September 30, 2022
  • পুনৰ আনএগৰাকী অসম কন্যাৰ মুম্বাই যাত্ৰা।
  • মোহময়ী অভিনেত্ৰী প্ৰীতি কংগনাই অভিনয়ৰ সুযোগ পাইছে ঋতিক ৰোচনৰ সৈতে।
  • শেহতীয়াকৈ আহিছে এই ভাল খবৰটো।
  • এটা বিজ্ঞাপনত ঋতিকৰ সৈতে দেখা যাব প্ৰীতি কংগনাক।
  • অচিৰেই মুকলি কৰা হব এই বিশেষ বিজ্ঞাপনটো।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme