1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 12:35 pm

সাৱধান! এই ৰাশিৰ প্ৰেমিক-প্ৰেমিকাৰ মাজত আজি সোমাব তৃতীয় ব্যক্তি!

  • Update Time : Thursday, April 28, 2022

ডিজিটেল ডেস্কঃ ৰাশিফল কোনোবাই বিশ্বাস কৰে, কোনোবাই বিশ্বাস নকৰে। জ্যোতিষ শাস্ত্ৰ বিশ্বাস কৰা নকৰাক লৈ সকলোৰে নিজৰ স্বাধীনতা থাকে। জ্যেতিষ শাস্ত্ৰৰ মতে, ২৮ এপ্ৰিল, বৃহস্পতিবাৰৰ দিনটোত মেঘ ৰাশিৰ জাতক-জাতিকাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে।

জ্যোতিষ শাস্ত্ৰৰ মতে, মেঘ ৰাশিৰ লোকসকলৰ আকাংক্ষা সমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। অন্যৰ ভুল ধৰা আৰু অপ্ৰয়োজনীয় সমালোচনা কৰা আপোনাৰ এই দোষটো আপোনাৰ আত্মীয়ই আপোনাক সমালোচনা কৰিব পাৰে।

আজি ঘৰত কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহ আপোনাৰ ওপৰত খং কৰিব পাৰে।ইয়াৰ পিছত ঘৰৰ মানুহক মনাওতে বহুত সময় লাগি যাব পাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme