1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:14 pm

লেট্ৰিনলৈও যাবলৈ দিয়া নাইঃ আৰক্ষীয়ে প্ৰণৱ দাসক কৰিছে নেকি অত্যাচাৰ!

  • Update Time : Friday, May 19, 2023
  • জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসক আৰক্ষীয়ে ৰ্দুব্যৱহাৰ কৰাৰ অভিযোগ।
  • প্ৰণৱ দাসক মাটিত শুবলৈ দিছে আৰক্ষীয়ে।
  • আনহাতে দুদিন ধৰি আচামীৰ দৰে ব্যৱহাৰ কৰিছে আৰক্ষীয়ে।
  • ইয়াৰ লগতে প্ৰণৱক লেট্ৰিনলৈও যাবলৈ দিয়া নাই আৰক্ষীয়ে।
  • ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা সেই ট্ৰাকখনৰ চালকক চিনাক্ত কৰিছে প্ৰণৱে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme