1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 4:41 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

দ্বিতীয় বাৰৰ বাবে ক’ভিডত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত…

  • Update Time : Wednesday, January 26, 2022

ডিজিটেল ডেস্কঃ দ্বিতীয় বাৰলৈ কৰোনাত আক্ৰান্ত হ’ল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত। শেহতীয়াকৈ আৰটি-পিচিআৰ টেষ্ট মহন্তৰ ৰিজাল্ট আহিছে পজিটিভ।  জি এম চি এইচ কৰ্তৃপক্ষই শেহতীয়াকৈ আনুষ্ঠানিকভাৱে সদৰি কৰিছে এই তথ্য। ইয়াৰ পূৰ্বেও ২০২০চনৰ ২৫ আগষ্টত প্ৰফুল্ল কুমাৰ মহন্ত আক্ৰান্ত হৈছিল কোৰোনাত।

ইফালে ৰাজ্যতো বিগত ২৪ঘন্টাত অসমত কৰোনাত আক্ৰান্ত হৈছে ১৯৫১গৰাকী লোক। আজিৰ দিনটোত ১৯হাজাৰ ৮০৩গৰাকী লোকক কৰা হৈছে কৰোনা টেষ্ট।  আজিৰ দিনটোত কামৰূম মেট্ৰত ৪২২গৰাকী লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme