1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 21, 2025, 10:20 am

জেল নহয়, এতিয়া প্ৰদীপ দত্ত ৰয়ৰ ঠিকনা চিকিৎসালয়…

  • Update Time : Saturday, December 4, 2021
ডিজিটেল ডেস্কঃ  অসমীয়া বিৰোধী মন্তব্য প্ৰদান কৰি ৰঙাঘৰৰ আলহী হোৱা বিতৰ্কিত বঙালী নেতা প্ৰদীপ দত্ত ৰয় এতিয়া অসুস্থ। বিতৰ্কিত বঙালী নেতাগৰাকীক শেহতীয়াকৈ চিকিত্সালয়লৈ প্ৰেৰণ কৰা হৈছে।  আদালতৰ নিৰ্দেশনা মৰ্মে নেতাগৰাকীক কাৰাগাৰৰ পৰা চিকিত্সালয়লৈ নিয়া হ’ল। প্ৰথমাৱস্থাত ৭ দিনৰ বাবে চিকিত্সালয়ত ভৰ্তি কৰা হৈছে প্ৰদীপ দত্ত ৰয়ক।

উল্লেখ্য যে, প্ৰদীপ দত্ত ৰয়ে দাবী কৰিছে যে, তেওঁক উন্নত চিকিত্সাৰ বাবে তেওঁক দিল্লীলৈ নিব লাগে। কিন্তু আৰক্ষীয়ে প্ৰথম অৱস্থাত অসমতে চিকিতসা সম্পাদন কৰিব নেতাগৰাকীৰ। ইফালে দত্তৰ জামিন বিচাৰি হাবাথুৰি খাইছে । ২৫গৰাকীকৈ অধিবক্তাই জামিন আবেদন কৰিও মুকলি আকাশৰ তললৈ আহিব পৰা নাই প্ৰদীপ দত্ত ৰয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme