1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:21 am

জিনছ পেন্টত কিয় থাকে এটা সৰু পকেট, জানি থওঁক ইয়াৰ কাৰণ…

  • Update Time : Monday, December 13, 2021

ডিজিটেল ডেস্কঃ  এতিয়া প্ৰায় সকলোৰে বাবে প্ৰিয় কাপোৰ হৈছে জিনছ। কিন্তু আমি সকলোৱে জানো যে এই জিনছ পেন্ট পূৰ্বতে শ্ৰমিকসকলৰ বাবে প্ৰস্তুত কৰা হৈছিল। ধূলি-বালিৰে কাম কৰি থকা শ্ৰমিকসকলৰ বাবে প্ৰস্তুত কৰা জিনছ ক্ৰমান্বয়ে সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিল।  এই কথা প্ৰায় সংখ্যক লোকেই জানে। কিন্তু আপোনালোকে জানেনে জিনছ পেন্টত সৰুকৈ এটা পকেট কিয় দিয়া হৈছিল।

'वॉच पॉकेट' के नाम से मशहूर है यह जगह

দৰাচলতে ১৮শ শতিকাত সমগ্ৰ বিশ্বত চেইন থকা এটা ঘড়ী খুবেই জনপ্ৰিয় আছিল। এই ঘড়ীটো সুমুৱাই থব পৰাকৈ সুবিধা হোৱাকৈ জিনছ পেন্টত দিছা হৈছিল এই সৰু পকেটতো। এতিয়া যদিও আমি সেই পকেটত খুচুৰা পইচা, চাবি আদি সামগ্ৰী ৰাখিবলৈ ব্যৱহাৰ কৰো, আচলতে সেই কামৰ বাবে এই সৰু পকেটৰ ব্যৱস্থাটো নাছিল।

छोटी घड़ी रखने के लिए बनाई जाती है पॉकेट

উল্লেখ কৰা প্ৰয়োজন যে, জিনছত এই সৰু পকেটৰ ষ্টাইলটো প্ৰথমে লেবী ষ্ট্ৰাস নামৰ এটা কোম্পানীয়ে আনিছিল। এই কোম্পানীটোৱেই আজিৰ দিনত লিভাছ নামেৰে জনাজাত।  এই সৰু পকেটতোক ৱাছ পকেটৰূপেও জনাজাত।  বহুতে কব খোজে যে, কিছু গোপন বস্তু লুকুৱাই ৰাখিবৰ বাবেও এই সৰু পকেটৰ ব্যৱহাৰ কৰিবলৈ কিছু প্ৰতিষ্ঠানে এনে পকেটৰ ব্যৱস্থা কৰিছিল।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme