1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:38 am

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ ৰাচিয়া আৰু ইউক্ৰেইন ৰাষ্ট্ৰপতি…

  • Update Time : Saturday, February 26, 2022

ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলনস্কিয়ে যুদ্ধৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হ’ল৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে শনিবাৰে টুইট কৰি তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ সৈতে হোৱা আলোচনাৰ বিষয়ে অৱগত কৰিছে। উল্লেখ্যে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘত ভাৰতে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতৰ এই পদক্ষেপ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ইফালে ৰাষ্ট্ৰসংঘত ভাৰতৰ এই নিৰপেক্ষতাৰ পদক্ষেপক ৰাছিয়াইও প্ৰশংসা কৰিছে।

উল্লেখ্য যে, শনিবাৰে ইউক্ৰেইনৰ পৰা ২০০ৰো অধিক শিক্ষাৰ্থী সুকলমে পাইছেহি মুম্বাই৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme